উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰনেতা কিমৰ সৈতে আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে আলোচনাত বহাৰ ইচ্ছা ব্যক্ত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে।