ৰাষ্ট্ৰপতিৰ উপদেষ্টা পদত জোঁৱায়েকক নিযুক্তি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতিৰ উপদেষ্টা পদত জোঁৱায়েকক নিযুক্তি ট্ৰাম্পৰ

আমেৰিকাৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে জোঁৱায়েক জাৰেদ কুশ্ৱনাৰক উপদেষ্টাৰূপে নিজুক্তি দিয়াৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰকাশ কৰিছে। ট্ৰাম্পে তেওঁৰ হোৱাইট হাউছৰ টীমত জোঁৱায়েকক ৰাষ্ট্ৰপতিৰ উপদেষ্টাৰূপে দ্ৱায়িত্ৱ দিব।