-->

লিবিয়াৰ পশ্চিম উপকূলৰ সমীপত নাও দুৰ্ঘটনা: ৩০ জনৰো অধিক লোকৰ সলিল সমাধি

লিবিয়াৰ পশ্চিম উপকূলৰ সমীপত নাও দুৰ্ঘটনা: ৩০ জনৰো অধিক লোকৰ সলিল সমাধি

লিবিয়াৰ পশ্চিম উপকূলৰ সমীপত এখন নাও পানীত বুৰ যোৱাত ৩০ জনৰো অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু ঘটিছে।