সন্ত্রাসবাদী সমৰ্থিত ৰাষ্ট্ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত পাকিস্তানৰ

সন্ত্রাসবাদী সমৰ্থিত ৰাষ্ট্ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত পাকিস্তানৰ

সন্ত্রাসবাদক সহায় কৰা দেশৰ তালিকাত পাকিস্তানৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ইছলামাবাদ। স্মৰ্তব্য যে ফ'ৰ্চ টেৰৰ একচন ফাইনেঞ্চিয়েল ৱাচলিষ্ট (এফ এ টি এফ)ৰ এই তালিকাখন জুন মাহত প্ৰকাশ পাব। এফ এ টি এফে সন্ত্রাসবাদীক সমৰ্থন কৰা বুলি পাকিস্তানক আখ্যা দিয়াৰ পাছত দেশখনৰ আৰ্থিক পৰিস্থিতি ভাঙি পৰিব বুলি আশংকা কৰা হৈছে। এই ব্যৱস্থা গ্ৰহণৰ পিচত অন্যান্য দেশৰ সৈতে পাকিস্তানৰ বেংকিং লেনদেন বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।