-->

নিৰ্বাচনত নামিব হাফিজ ছয়ীদ

নিৰ্বাচনত নামিব হাফিজ ছয়ীদ

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদে কলি ঘোষণা কৰিছে যে তেওঁৰ নিষিদ্ধ দল জামাত-উড-দাৱা (জেইউডি)ই পাকিস্তানৰ আগন্তক সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । ২০১৮ চনত অনুষ্ঠিত হবলগীয়া সন্তাসজর্জৰ ৰাষ্ট্ৰখন সাধাৰণ নিৰ্বাচনত মিল্লি মুছলিম লীগৰ বেনাৰৰ অধীনত জামাত-উড-দাৱাই নিৰ্বাচনত অৱতীৰ্ণ হব বুলি ঘোষণা কৰিছে সন্ত্ৰাসবাদী মাষ্টাৰ মাইণ্ডজনে । উল্লেখযোগ্য যে যোৱা বছৰ জানুৱাৰীৰ পৰা গৃহবন্দী অৱস্থাত থকা হাফিজক পাকিস্তানৰ এখন আদালতে যোৱা ২৪ নৱেম্বৰত মুক্তি দিছে ।