আমেৰিকাত বৰ্তমানেও অব্যাহত বনজুই

আমেৰিকাত বৰ্তমানেও অব্যাহত বনজুই

আমেৰিকাৰ কেলিফোৰ্নিয়াত বৰ্তমানেও অব্যাহত আছে ভয়ংকৰ বনজুই।আমেৰিকাৰ ইতিহাসৰ এইটো দীৰ্ঘতম ঘটনা বুলি অভিহিত কৰা হৈছে।প্ৰচণ্ড তাপ আৰু প্ৰবাহৰ মাজেৰেই ১৬তা স্থানত জুই নুমুৱাবৰ বাবে চেষ্টা দলেই আছে অগ্নি নিৰ্বাপক বাহিনীয়ে।