-->

ছিৰিয়াৰ শান্তি আলোচনাৰ বাবে সাজু ৰাষ্ট্ৰসংঘ

ছিৰিয়াৰ শান্তি আলোচনাৰ বাবে সাজু ৰাষ্ট্ৰসংঘ

ছিৰিয়াৰ শান্তি আলোচনা নতুনকৈ আৰম্ভ কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰসংঘ। শনিবাৰে ৰাষ্ট্ৰসংঘই জাৰি কৰা এক বিবৃতি অনুসৰি সোমবাৰৰ পৰা ছিৰিয়াৰ শান্তি আলোচনা নতুনকৈ আৰম্ভ কৰা হ'ব। বিবৃতিটোত উল্লেখ কৰামতে ছিৰিয়াৰ বিৰোধী আৰু শাসকীয় পক্ষৰ কেইবাটাও প্ৰতিনিধি দলে এই শান্তি আলোচনাত অংশগ্ৰহণ কৰিব।