ভয়ানক দুৰ্যোগত ফিলিপাইনছ

ভয়ানক দুৰ্যোগত ফিলিপাইনছ

ডিজিটেল ডেস্ক: ক্ৰমাত শোচনীয় হৈ পৰিছে ফিলিপাইনছৰ অৱস্থা৷ বিগত এসপ্তাহ ধৰি চলি থকা প্ৰচণ্ড ঘুৰ্ণীবতাহ আৰু ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণ কৰিছে দেশখনত৷ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইপৰ্যন্ত দুইশতাধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰিও প্ৰায় ১৬লাখ লোক ক্ষতিগ্ৰস্ত হৈছে৷