সাংবাদিক সকল স্বদেশপ্ৰেমী নহয়:ট্ৰাম্প

সাংবাদিক সকল স্বদেশপ্ৰেমী নহয়:ট্ৰাম্প

বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ চৰ্চাত অহা ডোনাল্ড ট্ৰাম্পে অলপতে আকৌ চৰ্চালৈ আহিছে।অলপতে ডোনাল্ড ট্ৰাম্পে কৈ যে আমেৰিকাৰ সাংবাদিক সকল স্বদেশপ্ৰেমী নহয়।উল্লেখযোগ্য যে কেইবাদিনৰ পৰা আমেৰিকাৰ কেইটামান সংবাদ মাধ্যমে ট্ৰাম্পৰ বিৰুদ্ধে কিছুমান বিৰোধ মন্তব্য কৰি আহিছে।ইয়াৰ উপৰিও মাধ্যম সমূহে ভুল সংবাদ প্ৰচাৰ কৰি আহিছে বুলি ট্ৰাম্পে অভিযোগ আনিছে।ট্ৰাম্পৰ এই মন্তব্যই সংবাদ মাধ্যমত তোলপাৰ লগাইছে।