ৰাষ্ট্রসংঘৰ অবিবেশনলৈ নিমন্ত্ৰিত সুষমা স্বৰাজ

ৰাষ্ট্রসংঘৰ অবিবেশনলৈ নিমন্ত্ৰিত সুষমা স্বৰাজ

২৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ লাভ কৰিছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ।অহা ২৫ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈকে চলিবলগীয়া এই অধিবেশনত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পেও ভাষণ প্ৰদান কৰিব । স্মতব্য যে,যোৱা বছৰটো সুষমা স্বৰাজে সংস্থাটোৰ সাধাৰণ পৰিষদৰ বিতৰ্কত অংশগ্ৰহণ কৰিছিল