চৌহিল হ’ল মালদ্বীপৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি

চৌহিল হ’ল মালদ্বীপৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্ক:ইব্ৰাহীম মহম্মদ চৌহিল হ’ব মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনক ৫৮শতাংশ ভোটেৰে পৰাভুত কৰে ইব্ৰাহীম মহম্মদ চৌহিলে৷ এই নিৰ্বাচন দেওবাৰে অনুষ্ঠিত হৈছিল৷