পেপচীকোৰ পৰা ইন্দ্ৰা নুয়ীৰ অব্যাহতি

পেপচীকোৰ পৰা ইন্দ্ৰা নুয়ীৰ অব্যাহতি

পেপচীকো কোম্পেনীৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুয়ীয়ে অব্যাহতি লয়।সম্পূৰ্ন ১২বছৰ চাকৰি কৰাৰ পাছত তেখেতে অব্যাহতী লয়।তেওঁ কয় যে তেওঁ এক সুন্দৰ অভিজ্ঞতা অর্জন কৰিলে।