পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা

পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা

যোৱাকালি পাকিস্তানত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত ১৮জন লোক নিহত হয়।বাছ আৰু অইল টেংকাৰৰ মাজত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত আহত হয় ৩৫ জনৰো অধিক। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।