মালেয়েচিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ধন আত্মসাতৰ গোচৰ

মালেয়েচিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ধন আত্মসাতৰ গোচৰ

এক বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰাৰ অভিযোগ আহিছে মালেয়েছিয়াৰ  প্ৰাক্তন প্ৰধানমন্ত্ৰী নাজিব ৰাজাকৰ বিৰুদ্ধে।তেখেতৰ ব্যক্তিগত বেংক একাউণ্টত ৪২নিযুত ৰিংগিত অৰ্থাৎ ১০ নিযুত মাৰ্কিন ডলাৰ জমা হৈ থকা পৰিলক্ষিত হৈছে। জুলাই মাহত গ্ৰেপ্তাৰ হোৱা ৰাজাকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।