কাশ্মীৰত সেনা জোৱানক হত্যা

কাশ্মীৰত সেনা জোৱানক হত্যা

কাশ্মীৰৰ পুলৱামা জিলাৰ নাইৰা গাঁৱত এজন চি আৰ পি এফ জোৱানক নিজ ঘৰতে সন্ত্ৰসবাদীয়ে গুলিয়াই হত্যা কৰে।এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।নাচিৰ আহমেদ ৰাথোৰ নামৰ এই জোৱানজন বৰ্তমান চুটিত আছিল।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।