কৰুণানিধিৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক ঘোষণা

কৰুণানিধিৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক ঘোষণা

 শ্ৰীলংকাৰ মুখ্যমন্ত্ৰী কৰুণানিধিৰ মৃত্যুত আজি ৰাষ্ট্ৰীয় শোক ঘোষণা। আজি দেশজুৰি অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। কৰুণানিধিলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে।