কেলফৰ্ণিয়াত বনজুইত প্ৰায় ১০,০০০ঘৰ ভস্মীভূত

কেলফৰ্ণিয়াত বনজুইত প্ৰায় ১০,০০০ঘৰ ভস্মীভূত

কেলিফৰ্নিয়াৰ বনজুইয়ে ক্ৰমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।২৭৭বৰ্গ কিলোমিটাৰ লৈকে বিয়পি পৰে এই জুই দুটা দিশত বিস্তাৰিত হৈছে আৰু প্ৰায় ১০,০০০ঘৰ জাহ গৈছে।বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।