ডাঠ কুঁৱলীৰ বাবে প্ৰভাৱিত দিল্লীৰ ৰেল-বিমান সেৱা

ডাঠ কুঁৱলীৰ বাবে প্ৰভাৱিত দিল্লীৰ ৰেল-বিমান সেৱা

শীতৰ ডাঠ কুঁৱৰীয়ে অৱৰিছে ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে ভাৰতৰ বিভিন্ন অংশ । যাতায়তৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । আজি পুৱা প্ৰায় ১৮খন ৰে'লৰ সময়সূচী সলনি কৰিবলগীয়া হোৱাৰ বিপৰীতে ৬০খন ৰেলগাড়ীৰ সময় পিছুৱাই দিয়া হৈছে । একেদৰে বিমান উৰণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে কুঁৱলীয়ে ।