-->

এয়াৰ এছিয়াই মাত্ৰ ৯৯ টকাত ভ্ৰমণৰ সুবিধা আগবঢ়াইছে

এয়াৰ এছিয়াই মাত্ৰ ৯৯ টকাত ভ্ৰমণৰ সুবিধা আগবঢ়াইছে

ব্যয়সাধ্য ভাড়াত বিমান সেৱা প্রদানকাৰী প্ৰতিষ্ঠান এয়াৰ এছিয়াই ঘৰুৱা গতিপথত ৯৯ টকা ভিত্তি ভাড়াত যাত্ৰাৰ সুযোগ আগবঢ়াইছে। ১২ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ প্ৰতিষ্ঠানটোৰ ৱেবছাইট আৰু ম'বাইল এপ্লিকেচনযোগে টিকট ক্ৰয় কৰিব পাৰিব। ঘৰুৱা গতিপথৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় গতিপথটো ৪৪৪ টকা ভাড়াত সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে এয়াৰ এছিয়াই। এই সময়ছোৱাত ক্ৰয় কৰা টিকটেৰ অহা ২০১৯ৰ মে'ৰ ভিতৰত যাত্ৰা কৰিব পাৰিব।