চিকিমলৈ “বেষ্ট ৰুৰেল ডেষ্টিনেচন এৱাৰ্ড”

চিকিমলৈ “বেষ্ট ৰুৰেল ডেষ্টিনেচন এৱাৰ্ড”

উত্তৰপূবৰ ৰাজ্য ছিকিমলৈ ‘বেষ্ট ৰুৰেল ট্ৰেভেলাৰ ডেষ্টিনেচন এৱাৰ্ড’ আগবঢ়োৱা হৈছে।মঙলবাৰে নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ‘ট্ৰেভেলাৰ্ছ টুডে’ৰ এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুৱে প্ৰদান কৰে এই বঁটা। ইফালে, অসম পৰ্যটন বিভাগেও লাভ কৰে ২০১৮ বৰ্ষৰ ট্ৰেভেলাৰ এৱাৰ্ড। স্থানীয় অৰ্থনীতিৰ বিকাশৰ বাবে লোৱা বিশেষ উদ্যোগৰ বাবে এই সন্মান অসম পৰ্যটনলৈ।