-->

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে তিনি বছৰত সম্পূৰ্ণ কৰিব ৬৪ টা বিদেশ ভ্ৰমণ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে তিনি বছৰত সম্পূৰ্ণ কৰিব ৬৪ টা বিদেশ ভ্ৰমণ

অহা ২৪ জুনত পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাবলগীয়া নৰেন্দ্ৰ মোডীয়ে এই ভ্ৰমণৰ জৰিয়তে তিনি বছৰত সম্পূৰ্ণ কৰিব ৬৪ টা বিদেশ ভ্ৰমণ। অহা ২৪ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পৰ্টুগাল ভ্ৰমণলৈ যাব। তাৰ পিছদিনা অৰ্থাৎ ২৫ জুনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰীগৰাকী আমেৰিকালৈ যাব। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীয়ে তিনিটা বছৰত ৬৪ বাৰ বিদেশ ভ্ৰমণ সম্পূৰ্ণ কৰিব।