-->

অপ্প’ৰ স্মাৰ্টফোন ব্যৱহাৰি সকললৈ জিঅ’ৰ নতুন অফাৰ

অপ্প’ৰ স্মাৰ্টফোন ব্যৱহাৰি সকললৈ জিঅ’ৰ নতুন অফাৰ

ৰিলায়েঞ্চ জিঅ'ৱে চীনৰ মোবাইল নিৰ্মাতা কোম্পানী অপ্প'ৰ সৈতে মিলি গ্ৰাহক সকলৰ বাবে লৈ আহিছে বিশেষ অফাৰ । এই অফাৰৰ অধীনত গ্ৰাহক সকলে অপ্প'ৰ স্মাৰ্টফোন ক্ৰয় কৰিলে লাভ কৰিব ৰিলায়েঞ্চ জিঅ'ৰ ছিম । তাৰ পাছত ৩৯৯ টকা বা তাতকৈ বেছিকে ৰিচাৰ্য কৰিব লাগিব । এনে কৰিলে সেইজন গ্ৰাহকে জিঅ'ৰ ফালৰ পৰা ১০০ জিবি অতিৰিক্ত ৪জি ডাটা লাভ কৰিব । শেহৈতিয়াকৈ অপ্প'ৱে এফ-৩ প্লাছ স্মাৰ্টফোন মুকলি কৰিছে । প্ৰতিটো স্মাৰ্টফোনৰ দৰে ইয়াতো বিশেষ গুৰুত্ব দিয়া হয় ছেলফি কেমেৰাত