স্মাৰ্টফোনৰ বজাৰত নতুন ৰূপত মটোৰ’লাৰ জি ৫ এছ প্লাছ

স্মাৰ্টফোনৰ বজাৰত নতুন ৰূপত মটোৰ’লাৰ জি ৫ এছ প্লাছ

মটোৰ'লাৰ ইয়াৰ আটাইতকৈ জনপ্ৰিয় মিড-ৰেঞ্জ স্মাৰ্টফোন মটো জি ৫ এছ প্লাছৰ ১০০০ স্থায়ী মূল্য কৰ্তন ঘোষণা কৰে । স্মাৰ্টফোনত সকলো ধাতৱীয় ইউনিব'ডী ডিজাইনৰ সৈতে শক্তি আৰু সৌন্দৰ্যৰ বৈশিষ্ঠৰো ডুৱেল ১৩ এম পি, ১৩ এম পি ৰিয়েৰ কেমেৰা আছে ।