-->

শীঘ্ৰে ভাৰতত মুকলি হ’ব ম’ট’ জেড-২ প্লাছ

শীঘ্ৰে ভাৰতত মুকলি হ’ব ম’ট’ জেড-২ প্লাছ

বিশ্বৰ অন্যতম প্ৰখ্যাত ম'বাইল নিৰ্মাণ প্ৰতিষ্ঠান ম'ট'ৰলাই ভাৰতৰ বজাৰত শীঘ্ৰে মুকলি কৰিব ইয়াৰ নতুন মডেল ম'ট' জেড প্লে ফোনটো। এই ফোনত আছে ৭০ চে:মি: স্ক্ৰীন আৰু ১০ মেগাপিক্সলৰ কেমেৰা। ইয়াত লগতে আছে ১৩.৯৭ চে:মি:ৰ এইচ ডি চুপাৰ এম'লেড ডিছপ্লে'। লগতে সংযোজিত হৈ আছে গোটেই দিনটো চলিব পৰাকৈ বেটাৰী আৰু ২.২ গীগাবার্জৰ অক্তা কৰ প্ৰচেছৰ। ইয়াত ১৫ মিনিট চার্জ দি ৭ ঘণ্টালৈকে ব্যৱহাৰ কৰিব পৰা যাব।