-->

কাৰ্বনৰ নতুন ফোন মুকলি হব বজাৰত

কাৰ্বনৰ নতুন ফোন মুকলি হব বজাৰত

ভাৰতীয় স্মাৰ্টফোন নিৰ্মাতা কোম্পানী কাৰ্বনে কোম্পানীটোৰ নতুন স্মাৰ্টফোন কাৰ্বন টাইটেনিয়াম ফ্ৰেমছ এছ-৭ মুকলি কৰিছে । কোম্পানীটোৱে এই স্মাৰ্টফোনতোৰ মূল্য ৰাখিছে ৬৯৯৯ টকা