-->

জিঅ’মীয়ে ভাৰতত খুলিব নতুন কাৰখানা

জিঅ’মীয়ে ভাৰতত খুলিব নতুন কাৰখানা

জিঅ'মীয়ে ভাৰতত কোম্পানীটোৰ স্মাৰ্টফোন তথা অন্যান্য উৎপাদিত সামগ্ৰী বিক্ৰি বৃদ্ধি কৰিব বিচাৰিছে । সেইবাবে আনকি কোম্পানীটোৱে ভাৰতত কাৰখানা স্থাপন কৰাৰ আঁচনি প্ৰস্তুত কৰিছে । জিঅ'মী ইণ্ডিয়াৰ উপাধ্যক্ষ মনো জৈনে প্ৰকাশ কৰিছে এই কথা । তেওঁ মতে বৰ্তমান ভাৰতত তিনিটা কাৰখানা আছে । এই কাৰখনকেইটাৰ দুটা কাৰখানা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীচিটি আৰু নইদাত আছে । এই দুটা কাৰখানা স্মাৰ্টফোন তৈয়াৰ কৰা হয় ।