ৰজনীকান্তৰ নতুন ছবিৰ টিজাৰ মুকলি

ৰজনীকান্তৰ নতুন ছবিৰ টিজাৰ মুকলি

কালা.... কেইচা নাম হ্যেয় ৰে?' - এনেকৈয়ে আৰম্ভ হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন ত্ৰিভাষিক চিনেমা 'কালা'ৰ টিজাৰ । ভাৰতীয় চিনেমাৰ 'ষ্টাইলিছ' অভিনেতা হিচাপে জনপ্ৰিয় ৰোজনীকান্তৰ নতুন চিনেমা মানেই দৰ্শক-অনুৰাগীৰ অধীৰ উৎকণ্ঠা, অবিৰত প্ৰতীক্ষা । দৰ্শকৰ উৎকণ্ঠা কিছু পৰিমানে অৱসান ঘটাই কালি 'কালা'ৰ প্ৰথমটো টিজাৰ মুকলি কৰি দিয়া হয় ।