-->

বিশ্বকাপ কোৱালিফায়িং: ইংলেণ্ড, জাৰ্মানীৰ যোগ্যতা অৰ্জন

বিশ্বকাপ কোৱালিফায়িং: ইংলেণ্ড, জাৰ্মানীৰ যোগ্যতা অৰ্জন

ইংলেণ্ড আৰু জাৰ্মানীয়ে অহা বছৰৰ ফিফা বিশ্ব কাপ ফুটবললৈ যোগ্যতা আহৰণ কৰিছে। হেৰী কেনে ষ্টপেজ টাইমত দিয়া গ'লেৰে শ্লোভেনিয়াক ১-০ ব্যৱধানত হৰুৱাই ইংলেণ্ডে ৰাছিয়া বিশ্ব কাপলৈ পাৰপত্ৰ লাভ কৰে। আনহাতে গ্ৰুপ চিৰ কোৱালিফায়িঙৰ এখন খেলত নৰ্দান আয়াৰলেণ্ডক সহজেই ৩-১ ব্যৱধানত পৰাজিত কৰি জাৰ্মানিয়ে ৰাছিয়া বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।