-->

এছেজ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ষ্টিভেন ফিন

এছেজ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ষ্টিভেন ফিন

বিশ্ব ক্ৰিকেটত বিশেষভাৱে জনপ্ৰিয় এছেজ শৃংখলাৰ প্ৰকমুহূৰ্তত সংকটৰ সন্মুখীন হৈছে ইংলেণ্ড দল। ২৩ নবেম্বৰৰ পৰা আৰম্ভ হ'ব লগা এছেজ শৃংখলাৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াত বাহৰ পাতি থকা ইংৰাজবাহিনীৰ ষ্টিভেন ফিন আঘাতপ্ৰাপ্ত হৈ শৃংখলাটোৰ পৰা বাহিৰ হৈছে।