-->

টেনিছ তাৰকা ছানিয়া মিৰ্জা আঘাতপ্ৰাপ্ত

টেনিছ তাৰকা ছানিয়া মিৰ্জা আঘাতপ্ৰাপ্ত

ভাৰতৰ অভিজ্ঞ মহিলা টেনিছ তাৰকা ছানিয়া মিৰ্জা সম্প্ৰতি আঁঠুৰ আঘাতত ভুগিছে। খেলুৱৈগৰাকীয়ে কালি নিজেই এই কথা সদৰী কৰি কয় যে হয়তো আঘাত নিৰাময় কৰিবলৈ তেওঁক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব।