-->

ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা

ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা

চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ পিছতে ভাৰতীয় ক্ৰিকেট দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাগ ল'ব। সেয়েহে কালি ভাৰতীয় দলটো ঘোষণা কৰা হয়। অপেনাৰ ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিয়া হৈছে উক্ত ভ্ৰমণত। তেওঁলোকৰ স্থানত অন্তৰ্ভুক্ত হৈছে ঋষভ পন্ত আৰু কুলদীপ যাদৱ।

ঘোষিত দলটো: বিৰাট ক'হলি (অধিনায়ক), শিখৰ ধাৱান, ঋষভ পন্ত, আজিংক্যা ৰাহানে, এম এছ ধোনী, যুৱৰাজ সিং, কেডাৰ যাদৱ, হাৰ্ডিক পাণ্ডিয়া, আৰ অস্বিন, আৰ জাডেজা, মহম্মদ ছামি, উমেশ যাদৱ, ভুবেনেশ্বৰ কুমাৰ, কুলদীপ যাদৱ আৰু দীনেশ কাৰ্তিক।