-->

বি চি চি আইক ৫২ কোটি টকাৰ জৰিমনা কম্পিটিছন কমিছনৰ

বি চি চি আইক ৫২ কোটি টকাৰ জৰিমনা কম্পিটিছন কমিছনৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে কম্পিটিছন কমিছনে। বিশ্ব ক্ৰিকেটৰ সবাতোকৈ ঐশ্বৰ্যশালী ক্ৰিকেট সংঠনটোৰ বিৰুদ্ধে প্ৰতিযোগিতাবিৰোধী আচৰণৰ বাবে কম্পিটিছন কমিছনে ৫২.২৪ কোটি টকা জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে।