-->

কংগ্ৰেছত যোগদান কৰিব সিদ্ধুৱে

 কংগ্ৰেছত যোগদান কৰিব সিদ্ধুৱে

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিক হোৱা নভজিৎ সিঙ সিদ্ধুৱে ৯ জানুৱাৰীৰ কংগ্ৰেছত যোগদান কৰিলে ।বিজেপিৰ সদস্য হিচাপে সাংসদ হোৱা সিদ্ধুৱে পঞ্জাৱ বিধানসভা নিৰ্বাচনত

অমৃতসৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাৰে কংগ্ৰেছ দ'লত যোগদান কৰিব বুলি সূত্ৰ এটাত প্ৰকাশ ।