-->

চলিত বৰ্ষত বৃদ্ধি পাব গোলকীয় উষ্ণতা: বিজ্ঞানীৰ সকীয়নি

চলিত বৰ্ষত বৃদ্ধি পাব গোলকীয় উষ্ণতা: বিজ্ঞানীৰ সকীয়নি

জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ পৰিণতিত বিশ্বজুৰি চলিত বৰ্ষত তাপমান অস্বাভাৱিক হাৰত বৃদ্ধি পাব। বিগত তিনিটা বছৰৰ তুলনাত এই বৃদ্ধি হ'ব বহু বেছি। জলবায়ু বিজ্ঞানীসকলে আজি এই সকীয়নি প্ৰদান কৰিছে।