-->

বাবৰি মছজিদ-ৰাম জনমভূমি গোচৰৰ শুনানি

বাবৰি মছজিদ-ৰাম জনমভূমি গোচৰৰ শুনানি

ধ্বংস কাৰ্যৰ ২৫ বছৰীয়া পূৰ্তিৰ কালিৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে বহুচৰ্চিত আৰু বহুবিতৰ্কিত ৰাম মন্দিৰ-বাবৰি মছজিদ গোচৰৰ শুনানি । উল্লেখ্য যে ইয়াৰ পূৰ্বে বিতৰ্কিত ভূমিৰ দুই-তৃতীয়াংশ নিৰ্মূহি আখৰা আৰু এক অংশ চুন্নি ৱাকফ বৰ্ডৰ অৰ্পণৰ নিৰ্দেশ দিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশনাক প্ৰত্যাহ্বান জনোৱা হয় উচ্চতম ন্যায়ালয়ত ।