-->

ৰাহুল গান্ধীৰ বিজেপিক পুনৰ  আক্ৰমণ

ৰাহুল গান্ধীৰ বিজেপিক পুনৰ  আক্ৰমণ

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে কালি পুনৰ বিজেপিকব আক্ৰমণ কৰি কয় যে বিজেপিয়ে ৰিজাৰ্ভ বেংক,নিৰ্বাচন আয়োগ আৰু ন্য়ায়পালিকাৰ দৰে বিভিন্ন অনুষ্ঠান ধ্ৱংস কৰিলে।  দলৰ 'জন বেদনা সন্মিলন' সম্বোধন কৰি ৰাহুল গান্ধীয়ে এই অভিযোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া লক্ষ্নৌ সমাৱেশত ব্য়য় কৰা ধনৰ উৎস প্ৰকাশ কৰিবলৈ দাবী জনায়।