মহাবিশ্বৰ ৰোহস্যসন্ধানী ষ্টিফেন হকিং আৰু নাই

মহাবিশ্বৰ ৰোহস্যসন্ধানী ষ্টিফেন হকিং আৰু নাই

বিশ্বব্ৰহ্মাণ্ড এৰি গলগৈ ষ্টিফেন হকিং । অনু-পৰমাণুৰ জগতৰ পৰা দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ, তাৰকাৰাজ্য লৈকে যিজনৰ চিন্তাৰ স্বাচ্ছন্দ‍্য বিচৰণ আছিল, সেইজন বিজ্ঞানীয়ে কালি পোৱা কেম্ব্ৰিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰিলে ।