প্ৰবাসী ভাৰতীয় দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰবাসী ভাৰতীয় দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সমগ্ৰ বিশ্বৰ পৰা অহা ভাৰতীয় মূলৰ সাংসদ আৰু ৰাজনৈতিক নেতাৰ অভিৱৰ্তনখন কালি উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত 'প্ৰথম ভাৰতীয় বংশোদ্ভৱ সাংসদৰ অভিৱৰ্তন'খন উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয়সকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি আৰু আত্মাৰ সৈতে পুনৰ সংযোগৰ শুভ মুহূৰ্তক সোঁৱৰাই দি পৰিৱৰ্তিত ভাৰতৰ সৈতে হাত মিলাবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।