মাদ্ৰাছৰ আদালতত চি চি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

মাদ্ৰাছৰ আদালতত চি চি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

মাদ্ৰাছৰ উচ্চ ন্যায়লয়ে মদৰ বিপণীসমূহত চি চি টিভি কেমেৰা লগোৱাৰ নিৰ্দেশ দিছে সোমবাৰে ।লগতে তেওঁ জনাই যে আজিকালি মদৰ বিপণীসমূহত ২১ বছৰ বতসৰ তলৰ বোৰকো বিক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে ।গতিকে অনাকাংশিত দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ, এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।