-->

হজযাত্ৰীৰ ৰাজসহায্য প্ৰত্যাহাৰ

হজযাত্ৰীৰ ৰাজসহায্য প্ৰত্যাহাৰ

হজযাত্ৰীৰ ৰাজসহায্য প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে । তোষামোদৰ ৰাজনীতিৰ ঊৰ্ধবত থাকি সংখ্যালঘুৰ সবলীকৰণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচিৰ প্ৰতি গুৰুত্ব দিয়েই হজযাত্ৰীৰ ৰাজসহায্য প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মুখ্য মুখতাৰ আব্বাছ নকভিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে হজ যাত্ৰীৰ ৰাজসহায্যৰ পুঁজি সংখ্যালঘুৰ শিক্ষাত ব্যয় কৰা হব ।