-->

এল আই চিয়ে আগবঢ়াইছে আকৰ্ষণীয় বৃত্তিৰ সুযোগ

এল আই চিয়ে আগবঢ়াইছে আকৰ্ষণীয় বৃত্তিৰ সুযোগ

ভাৰতীয় জীৱন বীমা নিগমে বৃহত্তৰ গুৱাহাটীৰ আশে-পাশে (কামৰূপ মেট্ৰ'/গ্রাম্য) বাস কৰা আগ্ৰহী প্ৰাৰ্থীৰ পৰা মাহেকীয়া জলপানি আৰু অন্যান্য সা-সুবিধাসহ এক আকৰ্ষণীয় বৃত্তিৰ বাবে আবেদন বিচাৰিছে । নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক হব লাগিব । প্ৰাৰ্থীৰ বয়স ২১-৩৫ বছৰৰ ভিতৰত । সবিশেষ জানিবলৈ ফোন নম্বৰ ৯৪৩৫৫-১২০৮৪, ৯৪৩৫০-২৮০৩৫, ০৩৬১-২৫১৭৩৯৬ আৰু ০৩৬১- ২৭৩২৩০৩ত যোগাযোগ কৰিব পাৰিব । ইচ্ছুক প্ৰাৰ্থীয়ে bo_437@licindia.com ই-মেইলযোগে নাইবা 'ভাৰতীয় জীৱন বীমা নিগম, কেৰিয়াৰ এজেন্ট শাখা, জীৱন প্ৰকাশ (প্ৰথম মহলা), গুৱাহাটী মণ্ডল, ফাঁচিবজাৰ-৭৮১০০১' ঠিকনাট ১৭ নিৱেম্বৰ ২০১৭ তাৰিখৰ ভিতৰত পোৱাকৈ নিনৰ আবেদন প্ৰেৰণ কৰিব পাৰে ।