পানী বাঢ়িছে যমুনাত,ডুবিব পাৰে দিল্লী

পানী বাঢ়িছে যমুনাত,ডুবিব পাৰে দিল্লী

ডিজিটেল ডেস্ক:যমুনা নদীৰ পানীয়ে কঢ়িয়াই আনিব পাৰে অশনি সংকেত৷ সমীপৱৰ্তী ঠাইসমুহত হোৱা মুষলধাৰ বৰষুণৰ বাবে নদীখনৰ পানী বিপদসংকুল ভাৱে বৃদ্ধি হ’ব ধৰিছে৷ আনহাতে হাৰিয়ানাৰ হাটকুণ্ড বান্ধৰ পানী খুলি দিয়াও এক বিপদৰ কাৰণ হৈ পৰিছে৷ নদীখনৰ উচৰৰ অঞ্চলসমুহত চৰকাৰে হাই এলাৰ্ট ঘোষণা কৰিছে৷ পানী বৃদ্ধি পালে ৰাজধানী দিল্লী ডুব যোৱাৰ আশংকা ঘনিভুত হৈ পৰিছে৷ হাৰিয়ানা চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে দিল্লী চৰকাৰে৷