আজি ছৌডি আৰৱ অভিমুখে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজ

আজি ছৌডি আৰৱ অভিমুখে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজ

আজি ছৌডি আৰৱ অভিমুখে যাত্ৰা কৰিব বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। তিনিদিনীয়া ভ্ৰমনসূচী লৈ উপসাগৰীয় দেশলৈ যাত্ৰা কৰা স্বৰাজে তাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাত ফেব্ৰুৱাৰীত বিদেশ মন্ত্ৰীগৰাকীয়ে জনাদ্ৰিয়াঘ মহোৎসৱ উদ্ঘাটন কৰিব। স্মৰ্তব্য যে ভাৰতক অতিথি ৰাষ্ট্ৰ হিচাপে এই মহোৎসৱলৈ নিমন্ত্ৰণ জনোৱা হৈছে।