-->

বিদেশ মন্ত্ৰী সুষমা স্বৰাজে চাৰি পাকিস্তানী নাগৰিকক প্ৰদান কৰিলে ভিছা প্ৰদানৰ প্ৰতিশ্ৰুতি

বিদেশ মন্ত্ৰী সুষমা স্বৰাজে চাৰি পাকিস্তানী নাগৰিকক প্ৰদান কৰিলে ভিছা প্ৰদানৰ প্ৰতিশ্ৰুতি

চাৰিজন পাকিস্তান নাগৰিকক স্বাস্থ্যজনিত কাৰণত চিকিৎসা ভিছা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।