স্বনিয়ন্ত্ৰণৰ সংকল্পৰে বৃহত্তৰ নাগালিমক সমৰ্থন

স্বনিয়ন্ত্ৰণৰ সংকল্পৰে বৃহত্তৰ নাগালিমক সমৰ্থন

বৃহত্তৰ নাগালিম গঠনৰ সংকল্প পুনৰ সগৌৰৱে ঘোষণা কৰি কহিমাত বুধবাৰে সহস্ৰাধিক নগা লোকে প্ৰথম নগা দিৱস উদযাপন কৰিলে । সীমাৰ পৰিধি ভাঙি নাগালেণ্ড, অসম, মণিপুৰ, অৰুণাচল প্রদেশ আৰু ম্যানমাৰৰ নগা লোকে এই ঐতিহাসিক দিনটোত একত্ৰিত হৈ স্বনিয়ন্ত্ৰনৰ বাবে ঐকমত্য প্ৰকাশ কৰে।