-->

বিমুদ্রাকৰণত এটা ভুল সিদ্ধান্ত আছিল বুলি জনাবলৈ আহ্বান প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ

বিমুদ্রাকৰণত এটা ভুল সিদ্ধান্ত আছিল বুলি জনাবলৈ আহ্বান প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ

প্ৰধানমন্ত্ৰী মোডীয়ে বিমুদ্রাকৰত মাৰান্তক ভুল বুলি স্বীকাৰ কৰি ৰাজনীতিৰ উদ্ধলৈ গৈ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ সপক্ষে ব্যৱস্থা লওক। বিমুদ্রাকৰণৰ সন্ধিক্ষণত এই মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। তেওঁ লগতে কয় - 'বিমুদ্রাকৰণ দেশৰ অৰ্থনীতিত বিপর্যয় বুলি পৰিগণিত হৈছে। বিমুদ্রাকৰণে অৰ্থনৈতিক, সামাজিক আৰু প্ৰতিষ্ঠানিক ক্ষেত্ৰত বিৰাট ক্ষতি কৰিছে। মুঠ ঘৰুৱা উৎপাদনৰ অধোগতিয়ে প্ৰমাণ কৰিছে যে ই অৰ্থনীতিৰ বিপৰ্যয়কে সূচাইছে।