-->

জে’লত মালী হিচাপে কাম কৰিবলগীয়া হৈছে লালুৱে

জে’লত মালী হিচাপে কাম কৰিবলগীয়া হৈছে লালুৱে

পশুখাদ্য কেলেংকাৰীত চাৰে তিনি বছৰৰ কাৰাদণ্ড লাভ কৰা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালুপ্ৰসাদ যাদৱে কাৰাগাৰৰ ভিতৰত দৈনিক ৯৩ টকাকৈ উপাৰ্জন কৰিব।