গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বাবে এসপ্তাহলৈ দিল্লীৰ বায়ুপথ দুঘণ্টাৰ বাবে বন্ধ থাকিব

গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বাবে এসপ্তাহলৈ দিল্লীৰ বায়ুপথ দুঘণ্টাৰ বাবে বন্ধ থাকিব

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতিৰ উদ্দেশ্যে প্ৰায় এসপ্তাহলৈ দৈনিক দুঘণ্টাৰ বাবে বন্ধ ৰখা হ'ব ৰাজধানী দিল্লীৰ বায়ুপথ। ইয়াৰ ফলত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আৰু ইয়াত অৱতৰণ কৰিবলগীয়া প্ৰায় এহেজাৰখন বিমান প্ৰভাৱিত হ'ব।