-->

উত্তৰ-পূব মৌচুমীৰ প্ৰভাৱত চেন্নাইত অতি বৃষ্টিপাত

উত্তৰ-পূব মৌচুমীৰ প্ৰভাৱত চেন্নাইত অতি বৃষ্টিপাত

উত্তৰ-পূৱ মৌচুমীৰ প্ৰভাৱত চেন্নাইত পুনৰ বৃষ্টিপাত আৰম্ভ হৈছে। বতৰ বিজ্ঞান বিভাগে সদৰী কৰামতে অহা বুধবাৰ পৰ্যন্ত তামিলনাডুত বৃষ্টিপাত অব্যাহত থাকিব। মূলতঃ চেন্নাই আৰু নাগাপট্টিনামত সৰ্বাধিক উত্তৰ-পূব মৌচুমীৰ প্ৰভাৱ পৰিছে।