-->

জম্মু-কাশ্মীৰত প্ৰচণ্ড শীত: লেহত তাপমান শূন্য ডিগ্ৰীৰ তললৈ অৱনমিত

জম্মু-কাশ্মীৰত প্ৰচণ্ড শীত: লেহত তাপমান শূন্য ডিগ্ৰীৰ তললৈ অৱনমিত

প্ৰচণ্ড শীতৰ কবলত পৰিছে জম্মু আৰু কাশ্মীৰ। দেওবাৰে ৰাজ্যখনৰ কেইবাখনো চহৰৰ তাপমান -৬ৰ পৰা -৪ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হয়।